Home গুৱাহাটীমূল্যবৃদ্ধি ৰোধত বিফল চৰকাৰ, বিধায়ক আৱাসৰ পৰা বিধান সভালৈ কংগ্ৰেছ বিধায়কৰ প্ৰতিবাদী সমদল

মূল্যবৃদ্ধি ৰোধত বিফল চৰকাৰ, বিধায়ক আৱাসৰ পৰা বিধান সভালৈ কংগ্ৰেছ বিধায়কৰ প্ৰতিবাদী সমদল

by News Desk
78 views
A+A-
Reset

গুৱাহাটীঃ প্ৰতিলিটাৰ পেট্ৰল ৭৩.৭৩ টকা আৰু ডিজেলৰ মুল্য ৬৬.৫৮ টকা হৈছে৷ খাদ্য-সামগ্ৰী, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ যেনেদৰে প্ৰতিবাদ জনাই জনমত গঠন কৰিব লাগিছিল তেনেদৰে জনমত গঠন কৰিব নোৱাৰিলে বুলি দেশৰ বিৰোধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ অহাৰ সময়তে অসম বিধান সভা চৌহদত কংগ্ৰেছ বিধায়কে সমদল উলিয়াই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

বিধায়ক আৱাসৰ পৰা অসম বিধান সভালৈ সমদল কৰি কংগ্ৰেছ বিধায়ক সকলে পেট্ৰল-ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰাত চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে৷ দেশৰ বিৰোধীয়ে এনে বিষয় সমূহ উত্থাপন কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে সদনলৈ প্ৰতিবাদী সমদল কৰি আহে কংগ্ৰেছ বিধায়কসকল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0