Home দেশছলমানৰ শাস্তি ঘোষণা কৰা-জামিন আবেদনৰ ৰায় দিবলগীয়া ন্যায়াধীশক বদলি

ছলমানৰ শাস্তি ঘোষণা কৰা-জামিন আবেদনৰ ৰায় দিবলগীয়া ন্যায়াধীশক বদলি

by News Desk
55 views
A+A-
Reset

ডিজিটেল ডেস্কঃ যোৱা ০৫ এপ্ৰিলত জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷ 

জোধপুৰ জেলত ১০৬ নং কয়দী হিচাপে জেলৰ ২ নং ৱাৰ্ডত আছে ছলমান খান৷ বৃহস্পতিবাৰে জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলমানক৷
 
বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ অধিবক্তাই শুকুৰবাৰে জোধপুৰ চেচন আদালতত জামিন আৱেদন কৰিছিল আৰু শুকুৰবাৰে জামিন আৱেদনৰ শুনানি অনুষ্ঠিত হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0