Home গুৱাহাটীআইআইটি, গুৱাহাটীৰ ২৭ জনীয়া ছাত্ৰৰ দলে নিৰ্মাণ কৰিছে ব্লেক বিউটি টেকিয়ন

আইআইটি, গুৱাহাটীৰ ২৭ জনীয়া ছাত্ৰৰ দলে নিৰ্মাণ কৰিছে ব্লেক বিউটি টেকিয়ন

by News Desk
65 views
A+A-
Reset

গুৱাহাটীঃ এখন গাড়ীয়ে ব্যাপক চৰ্চা লাভ কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত৷ টেকিয়ন নামৰ এখন দ্ৰুতবেগী গাড়ীয়ে মনোযোগ আকৰ্ষণ কৰিছে সকলোৰে৷ গাড়ীখন আমি দৈনন্দিন দেখাৰ দৰে সাধাৰণ গাড়ী নহয়৷ ৬ ছেকেণ্ডত ৬০ কিলোমিটাৰ ইনষ্টেন্ট পিকআপ ল’ব পাৰে এই বিশেষ বাহনখনে৷  

আইআইটি, গুৱাহাটীৰ ২৭ জনীয়া ছাত্ৰৰ দল এটাই নিৰ্মাণ কৰিছে এই বিশেষ চাৰিচকীয়া বাহনখন। ২০১৫ বৰ্ষৰ অক্টোবৰ মাহত দলটোৱে গাড়ীখন নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু ২০১৬ ৰ জানুৱাৰীত নিৰ্মাণৰ কাম শেষ হৈছিল৷ এই ৰেচিং গাড়ীখন ৬০০ চিচি পেট্ৰল ইঞ্জিনযুক্ত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0