Home ৰাজ্যমৰিগাঁও পালে দিবাকৰে, মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা খোজকাঢ়ি আহি সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীক

মৰিগাঁও পালে দিবাকৰে, মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা খোজকাঢ়ি আহি সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীক

by News Desk
84 views
A+A-
Reset

গুৱাহাটীঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ পৰা খোজকাঢ়ি আহিছে এগৰাকী যুৱকে৷ যোৱা ২ এপ্ৰিলৰ পৰা যুৱকজনে দিনে-নিশাই খোজ কাঢ়ি আহিছে কেৱল মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ৷ উজনিৰ ডিব্ৰুগড়ৰ পৰা খোজকাঢ়ি আহি বুধবাৰে মৰিগাঁও জিলা পালে দিবাকৰ বড়া ঠেঙাল নামৰ যুৱকজনে৷ 

যুৱকজনে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজধানী মহানগৰী গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰীক লগ ধৰি ক’ব ১৫টা সমস্যাৰ কথা৷ ২ এপ্ৰিলৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল দিবাকৰে৷ উজনিৰ পৰা পদব্ৰজে গুৱাহাটীলৈ আহি অসম চৰকাৰক কেইটামান দাবী জনাব৷ ২ এপ্ৰিলৰ দিনৰ ১২ বজাৰ পৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে পদব্ৰজে যাত্ৰা আৰম্ভ কৰা যুৱকজনে মুখ্যমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ তেওঁ কেইটামান দাবী উত্থাপন কৰিব৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0