99
ডিজিটেল ডেস্কঃ দেশৰ সংবাদ মাধ্যমত প্ৰকাশ নোপোৱা এটা ভিডিঅ’ই ব্যাপক প্ৰচাৰ লাভ কৰিছে ছচিয়েল মিডিয়াত৷ ৰাজ পথেৰে গৈ থকা এটি বিশাল কনভয়ৰ সন্মুখত হঠাৎ কেইজনমান লোকে থিয় দি কনভয়টো ৰখাই দিয়ে৷ তাৰ পিছতে শ্ল’গান দিবলৈ আৰম্ভ কৰে৷