Home দেশদেশৰ ধন লুটি বিদেশত থকা লোকৰ দেশ-বিদেশৰ সম্পত্তি হ’ব বাজেয়াপ্ত, দোষী হলে হ’ব নিলাম

দেশৰ ধন লুটি বিদেশত থকা লোকৰ দেশ-বিদেশৰ সম্পত্তি হ’ব বাজেয়াপ্ত, দোষী হলে হ’ব নিলাম

by News Desk
51 views
A+A-
Reset

ডিজিটেল ডেস্কঃ নিজ দেশত ধন লুটি বিদেশত পলায়ন কৰা লোকৰ বিৰুদ্ধে চৰকাৰে আনিছে নতুন আইন৷ দেশৰ বেংকৰ টকা লুটি বিজয় মালিয়া, নীৰৱ মোডীৰ দৰে লোকসকলে বিদেশলৈপলায়ন কৰাত চৰকাৰে সমালোচনাৰ সন্মুখীন হৈ অহাৰ সময়তে শনিবৰে কেবিনেট বৈঠকত নতুন সিদ্ধান্ত গ্ৰহণ কৰে৷  

বিজয় মালিয়া, নীৰৱ মোডী আদি অৰ্থনৈতিক অপৰাধীসকলৰ সা-সম্পত্তি বাজেয়াপ্ত কৰিব পৰাকৈ ফিউজিটিভ ইকনমিক অফেণ্ডাৰ্চ অর্ডিন্যান্স ২০১৮ৰ বিল চৰকাৰৰ অৰ্থনৈতিক মন্ত্ৰণালয়ে মঞ্জুৰ কৰিছে৷ ১০০ কৌটিতকৈ বেছি ঋণ পৰিশোধ কৰিবলগীয়া কোনো ব্যক্তিয়ে যদি দেশ এৰি পলায়ন কৰে, তেন্তে তাৰ সকলো সা-সম্পত্তি কেন্দ্ৰীয় অৰ্থ মন্ত্ৰণালয়ৰ অধীনস্থ সংস্থাসমূহে বাজেয়াপ্ত কৰিব পাৰিব৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0