পিতৃৰ কামনাৰ বলি হোৱা তিনি ভগ্নীৰ আত্মহত্যাৰ চেষ্টা

Home অন্যান্য খবৰপিতৃৰ কামনাৰ বলি হোৱা তিনি ভগ্নীৰ আত্মহত্যাৰ চেষ্টা

পিতৃৰ কামনাৰ বলি হোৱা তিনি ভগ্নীৰ আত্মহত্যাৰ চেষ্টা

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্কঃ পিতৃৰ যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ তিনি কন্যাই ৰেলৰ সন্মুখত জপিয়াই আত্মহত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশত৷ উত্তৰ প্ৰদেশৰ বাৰাবংকী জিলাত সংঘটিত হয় এই ঘটনা৷ 

পিতৃৰ যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ দৰিয়াবাদ ষ্টেচনত আত্মহত্যা কৰাৰ পৰিকল্পনাৰে তিনি ভগ্নীয়ে উপস্থিত হয়৷ ৰেল আহি পোৱাত তিনি ভগ্নীয়ে প্ৰাণৰ মমতাত জপিয়াই দিবলৈ সাহস গোটাব নোৱাৰিলে৷ কিন্তু ৰেল লাইনৰ পৰা দৌৰ দিবলৈ ধৰোতেই কনিষ্ঠ ভগ্নীৰ দুয়ো খন ভৰি কটা যায় ৰেলত৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0