Home অন্যান্য খবৰনামতি নগৰ ডুবিছে এজাক বৰষুণতে

নামতি নগৰ ডুবিছে এজাক বৰষুণতে

by News Desk
70 views
A+A-
Reset

নামতিঃ চিপ চিপ বৰষুণত তিতাৰ হেপাঁহ কাৰ নাথাকে বাৰু৷ কিন্তু বৰষুণ যেতিয়া মুষলধাৰ হয় আৰু এজাক বৰষুণতে যেতিয়া ৰাজপথ ভৰি পৰে, তেতিয়া বাৰু সুখী হ’ব কোন? শিৱসাগৰ জিলাৰ বিভিন্ন চহৰত এতিয়া তেনেই পৰিৱেশ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ জিলাৰ বিভিন্ন চহৰত এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী হোৱাৰ ফলত ৰাইজে বিপদত পৰিব লগা হয়৷ 

শিৱসাগৰ জিলাৰ আমগুৰি আৰু নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত নামতি চাৰিআলিত শনিবাৰে এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী হোৱা দেখা যায়। সদাব্যস্ত নামতি চাৰি আলিতেই সংযোগ হৈছে ঐতিহাসিক ধোদৰ আলি আৰু খৰিকটিয়া আলি। নামতি চাৰিআলিৰ বুকুৰে দৈনিক কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী, চিকিৎসালয়লৈ ৰোগীৰ লগতে শ-শ যান বাহন চলাচল কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0