Home গুৱাহাটীজ্যোতি চিত্ৰবনত ঐক্যতান বঁটা প্ৰদান, ৰবীন্দ্ৰ বৰাক জীৱনজোৰা সাধনা বঁটা

জ্যোতি চিত্ৰবনত ঐক্যতান বঁটা প্ৰদান, ৰবীন্দ্ৰ বৰাক জীৱনজোৰা সাধনা বঁটা

by News Desk
81 views
A+A-
Reset

গুৱাহাটীঃ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আজি সদৌ অসম সাহিত্য সন্মিলনৰ ঐক্যতান বঁটা প্ৰদান কৰা হয়। বিশিষ্ট কবি ৰাম গোস্বামী, বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইন, সদৌ অসম সাহিত্য সন্মিলনৰ সভাপতি ৰবচন লাল বৰুৱা, প্ৰতিশ্ৰুতিৰ মুখ্য সম্পাদক কাবেৰী কছাৰী ৰাজকোঁৱৰ, ৰিজু হাজৰিকা, প্ৰাগজ্যোতি কমিউনিকেশ্যনৰ অধ্যক্ষ দীপাংক হাজৰিকা, কেৰিয়াৰ পৰামৰ্শদাতা ড. বুলজিৎ বুঢ়াগোহাঁই আৰু লেখিকা মীৰা দেৱীৰ অনুষ্ঠানটোত উপস্থিত থাকে। সাহিত্য সন্মিলনৰ প্ৰচাৰ সম্পাদক সম্পাদক প্ৰণৱজ্যোতি নদীয়ালে আঁত ধৰা অনুষ্ঠানটোত থীম ছং পৰিৱেশন কৰে ৰাজ কাশ্যপে। 

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কবি-সমালোচক ৰবীন্দ্ৰ বৰাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে কবি ৰাম গোস্বামীয়ে। নগাঁৱৰ কবি অনিল চন্দ্ৰ নাথলৈ বিশেষ সাহিত্য সন্মান, ডা. মাণিকলাল ভৌমিকলৈ শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা, মনোৰমা দাসলৈ শ্ৰেষ্ঠ সমাজ সংগঠক আৰু সেৱা বঁটা, সবিতা বৰা কোঁৱৰৰ ‘শিলৰনো কি কথা থাকিব পাৰে’ সংকলনলৈ শ্ৰেষ্ঠ কাব্যগ্ৰন্থ বঁটা, কাব্যনীললৈ ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় কবি বঁটা, বিউটি বৰুৱালৈ শ্ৰেষ্ঠ সংগীত শিল্পী বঁটা, মঞ্জু দত্তলৈ শ্ৰেষ্ঠ আত্মজীৱনীমূলক গ্ৰন্থ বঁটা, ড. অৰুণিমা বৰুৱালৈ শ্ৰেষ্ঠ শিশু সাহিত্যিক বঁটা প্ৰদান কৰা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0