109
কোকৰাঝাৰঃ উত্তৰ পূৰ্বাঞ্চলৰ দুখন ৰাজ্যৰ ৮ খন আৰক্ষী থানাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ দিনটোতে অসমৰ কোকৰাঝাৰ জিলাত চলিছে উগ্ৰপন্থী বিৰোধী বৃহৎ অভিযান৷
কোকৰাঝাৰ নহয় যেন ভাৰত-পাকিস্তানৰ সীমান্ত হে৷ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা অভিযান সদৃশ পৰিস্থিতি এতিয়া কোকৰাঝাৰত৷ NDFB(S)ৰ নেতাক জালত পেলাবলৈ সেনাই হেলিকপ্টাৰেৰে চলাইছে অভিযান৷