থলুৱাক নিযুক্তি দিয়াৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ, নুনমাটিত ধৰ্ণা

Home গুৱাহাটীথলুৱাক নিযুক্তি দিয়াৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ, নুনমাটিত ধৰ্ণা

থলুৱাক নিযুক্তি দিয়াৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ, নুনমাটিত ধৰ্ণা

by News Desk
57 views
A+A-
Reset

গুৱাহাটীঃ থলুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ দাৱীত আজি নুনমাটিস্থিত ইণ্ডিয়ান অইল এওডি ৰাজ্যিক কাৰ্য্যালয়ৰ সন্মুখত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে অসম বিৰোধী চক্ৰ হুচিয়াৰ, অইলৰ কাৰ্য্যালয় বিভাজন কৰা নহ’ব, পৰিচালন শাখাৰ পৰিচালক কৈলাশ কুমাৰ সন্দিকৈ মুৰ্দাবাদ, ১০০ শতাংশ থলুৱাক নিযুক্তি দিয়ক আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মহানগৰ সমিতিৰ তৰফৰপৰা অসম অইল ডিভিজনৰ মানৱ সম্পদ বিভাগৰ প্ৰৱন্ধক উৎপল চৌধাৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীসমূহ মানি নললে অনাগত দিনত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুুংকাৰ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0