Home দেশচৰকাৰে ১৫ লাখ দিব কেতিয়া, RTIৰ উত্তৰ নিদিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে

চৰকাৰে ১৫ লাখ দিব কেতিয়া, RTIৰ উত্তৰ নিদিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে

by News Desk
A+A-
Reset
BLack-Money-Narendra-Modi

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া প্ৰতিশ্ৰুতি অনুযায়ী দেশৰ প্ৰত্যেকজন নাগৰিকৰ একাউন্টত ১৫ লাখ টকা কেতিয়া সোমাব বুলি আৰটিআই যোগে সোধা প্ৰশ্নৰ উত্তৰ নিদিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে৷ তাৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কেন্দ্ৰীয় তথ্য আয়োগক জনালে যে এই প্ৰশ্ন তথ্য জনাৰ অধিকাৰ আইনৰ তথ্যৰ অন্তৰ্গত নহয়৷ যাৰ বাবে ইয়াৰ উত্তৰ দিব পৰা নাযায়৷ 

উল্লেখ্য যে, ২০১৬ চনৰ ২৬ নবেম্বৰত মোহন কুমাৰ শৰ্মা নামৰ এজন ব্যক্তিয়ে তথ্য জনাৰ অধিকাৰ আইনযোগে এই প্ৰশ্নৰ উত্থাপন কৰি তাৰ উত্তৰ বিচাৰি আবেদন কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0