71
গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিশু তথা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতেই এইবাৰ নিৰ্যাতনৰ ঘটনা সংঘটিত হ’ল গুৱাহাটী মহানগৰীত৷
মহানগৰীৰ শান্তিপুৰত এটি ৫ বছৰীয়া শিশুৰ ওপৰত নিৰ্যাতন চলাৰ এভিযোগ উত্থাপন কৰিছে শিশুটিৰ অভিভাৱকে৷