সন্তানহাৰা পিতৃ-মাতৃৃৰ কান্দোনক নাটক আখ্যা দি ৰাইজৰ ৰোষত যোগী আদিত্যনাথ

Home দেশসন্তানহাৰা পিতৃ-মাতৃৃৰ কান্দোনক নাটক আখ্যা দি ৰাইজৰ ৰোষত যোগী আদিত্যনাথ

সন্তানহাৰা পিতৃ-মাতৃৃৰ কান্দোনক নাটক আখ্যা দি ৰাইজৰ ৰোষত যোগী আদিত্যনাথ

by News Desk
73 views
A+A-
Reset

ডিজিটেল ডেস্কঃ সন্তান হেৰুওৱা পিতৃ-মাতৃৰ আৰ্তনাদ আৰু ৰাইজৰ প্ৰতিবাদক নাটক আখ্যা দিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে৷ ইয়াক লৈ এতিয়া তীব্ৰ সমালোচনাৰ পাত্ৰ হ’ব লগা হৈছে মুখ্যমন্ত্ৰীগৰাকী৷ উত্তৰ প্ৰদেশত তীব্ৰ বেগী ৰেলৰ খুন্দাত ১৩টা শিশু ছাত্ৰৰ মৃত্যুৰ হোৱাৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়তে মুখ্যমন্ত্ৰী এই ঘটনাক লৈ সংবেদনশীল হয় নে তাক লৈ উত্থাপন হৈছে৷ পুত্ৰ শোকত কন্দা-কটা কৰা পিতৃ-মাতৃক ‘নাটক’ কৰা বুলি কোৱাত এই মন্তব্যৰ বিৰুদ্ধে বহু লোক সোচ্চাৰ হৈ পৰিছে৷

বৃহস্পতিবাৰে পুৱাই উত্তৰ প্ৰদেশৰ কুশীনগৰত ৰেলৱে ক্ৰছিং পাৰ হ’ব ধৰোতেই বাছ এখনক চলন্ত ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত ১৩টি শিশুৰ মৃত্যু হয়৷ সাতগৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। মুঠ ১৮ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰী স্কুলবাছখনত বিদ্যালয় অভিমুখে গৈ আছিল। উত্তৰ প্ৰদেশৰ কুশীনগৰ এলেকাৰ এটা ৰেলৱে ক্ৰছিং পাৰ হ’ব লওতে বাছ এখনক চলন্ত ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত ১ত টি শিশুৰ মৃত্যু হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0