Home দেশআদৱানি ৰাষ্ট্ৰপতি হোৱাত আপত্তি নাই মমতাৰ

আদৱানি ৰাষ্ট্ৰপতি হোৱাত আপত্তি নাই মমতাৰ

by News Desk
73 views
A+A-
Reset

কলকাতাঃ বাংলা চেনেল এটাৰ সাক্ষাৎকাৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। মমতাই কয় যে বিজেপি নেতা লালকৃষ্ণ আদৱানি যদি দেশৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হয় তেন্তে তেওঁ সুখী হ’ব।

মমতাই লগতে কয় যে¸ বিদেশ মন্ত্ৰী সুষমা স্বৰাজ তথা লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনকো যদি ৰাষ্ট্ৰপতিৰ বাবে মনোনীত কৰে তেওঁৰ অলপো আপত্তি নাই। উল্লেখ্য যে ৰাষ্ট্ৰপতি হিচাপে প্ৰণৱ মূখাৰ্জীৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0