ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিলে কবিন্দৰ গুপ্তাই৷ বিজেপি নেতা নিৰ্মল সিঙৰ ঠাইত নতুন উপ-মুখ্যমন্ত্ৰী নিয়োগ কৰাৰ পিছতে বিশ্ব কঁপোৱা নাৰকীয় ঘটনাক সাধাৰণ ঘটনা আখ্যা দিয়ে গুপ্তাই৷ এইটো এটা সাধাৰণ ঘটনা ইয়াক বেছি বহলাব নালাগে বুলি কোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়৷
Newly-appointed #JammuAndKashmir Deputy Chief Minister #KavinderGupta terms #Kathua incident 'choti si baat', clarifies later