91
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত আৰু তুষাৰপাতত ২৭ গৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে প্ৰায় ১০০ গৰাকী গুৰুত্বৰ ভাৱে আহত হয়৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত আৰু তুষাৰপাতৰ ফলত আৱাসগৃহৰ লগতে বিদ্যুতৰ খুঁটা আৰু গছ গছনি ভাঙি পৰাত ২৭ গৰাকী লোক দুৰ্ঘটনাগ্ৰস্থ হৈ নিহত হোৱাৰ লগতে ১০০ৰো অধিক আহত হয়৷
