Home বাণিজ্যবাজাজ-কাৱাছাকিৰ অংশীদাৰিত্বৰ অৱসান

বাজাজ-কাৱাছাকিৰ অংশীদাৰিত্বৰ অৱসান

by News Desk
65 views
A+A-
Reset

পুণেঃ অন্ত পৰিল বাজাজ আৰু কাৱাছাকিৰ অংশিদাৰিত্ব৷ বাজাজে আজি সদৰী কৰিছে এই কথা৷ ১ এপ্ৰিলত অৱসান ঘটিব এই অংশিদাৰিত্বৰ৷ ২০০৯ ত “চেলছ এণ্ড চাৰ্ভিছ’’ খণ্ডত অংশীদাৰিত্বত আছিল এই দুই মটৰ চাইকেল নিৰ্মাণকাৰী প্ৰতিষ্ঠান৷ বাজাজে এই সম্পৰ্কে বিশেষ কাৰণ প্ৰকাশ কৰা নাই সংবাদ মাধ্যমৰ আগত৷

কাৱাছাকি মটৰ চাইকেলসমুহ ভাৰতত  “কেটিএম” ডিলাৰশ্বেপেৰ জৰিয়তে বিক্ৰী হৈ আহিছে৷  সমগ্ৰ দেশতে এনে ডিলাৰৰ সংখ্যা ৩০০৷ কাৱাছাকিয়ে এতিয়াৰ পৰা নিজৰ ডিলাৰেৰে মটৰ চাইকেল বিক্ৰী কৰিব বুলি প্ৰকাশ কৰিছে বাজাজে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0