Home গুৱাহাটীকৃষক মুক্তিৰ নেতৃত্বত শুকুৰবাৰে গুৱাহাটীত একত্ৰিত হ’ব জাতীয় দল-সংগঠন

কৃষক মুক্তিৰ নেতৃত্বত শুকুৰবাৰে গুৱাহাটীত একত্ৰিত হ’ব জাতীয় দল-সংগঠন

by News Desk
71 views
A+A-
Reset

গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গুৱাহাটীত একত্ৰিত হ’ব অসমৰ প্ৰায় সমূহ জাতীয়-জনগোষ্ঠীয় সংগঠন৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বান মৰ্মে অসমৰ প্ৰায় কেইটা জাতীয়-জনগোষ্ঠীয় সংগঠন একত্ৰিত হ’বলৈ মত প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতলিৰ বাবে ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰচেষ্টাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু ৰণনীতি সাজু কৰিবলৈ শুকুৰবাৰে কৃষক মুক্তিৰ নেতৃত্বত অনুষ্ঠিত হ’ব এখন বিশেষ সভা৷ অসম ৰাজ্যিক সংগ্ৰাহলয়ৰ কলকলাল বৰুৱা প্ৰেক্ষাগৃহত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব সভাখন৷ কৃষক মুক্তিয়ে এই সভাৰ নেতৃত্ব লৈ ইতিমধ্যে অসমৰ প্ৰায় সংখ্যাক দল-সংগঠনক পত্ৰ প্ৰেৰণ কৰা বুলি কয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0