Home দেশচিনেমাৰ কায়দাৰে চলিছে যোগীৰ চৰকাৰ

চিনেমাৰ কায়দাৰে চলিছে যোগীৰ চৰকাৰ

by News Desk
69 views
A+A-
Reset

লক্ষ্নৌঃ অনিল কাপুৰৰ নায়ক চিনেমাখন যদি চাইছে, তেন্তে ছবিখনত এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱা নায়কজন নিশ্চয়কৈ মনত আছে। ঠিক একে কায়দাৰেই যেন চলিছে উত্তৰপ্ৰদেশৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰ। ধুমুহাৰ বেগেৰে সিদ্ধান্ত লৈছে যোগীৰ চৰকাৰে। ক’ৰবাত যদি যোগীৰ আকস্মিক সাক্ষাতেৰে চৰকাৰী কৰ্মচাৰীৰ থৰ্কা-চুটি হেৰাইছে, ক’ৰবাত তাৎক্ষণিকভাৱে বহিস্কাৰ কৰিছে কোনোবা বিষয়াক। 

এইবাৰৰ নতুন ধামাকাটো উত্তৰ প্ৰদেশৰ চৰকাৰৰ কৰ্মচাৰীৰ বেয়া খবৰ আনিছে। বৃদ্ধি কৰা হ’ব পাৰে চৰকাৰী কৰ্মচাৰীৰ কামৰ সময়৷ যদিহে নিৰ্ধাৰিত সময় অনুসৰি কাম নকৰে চাকৰি পৰ্যন্ত এৰিবলৈ সাজু থাকিব লাগিব কৰ্মচাৰীসকলে৷ দেওবাৰে এই কথা ঘোষণা কৰিছে যোগীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0