Home দেশ‘আনক অপবাদ দিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নকৰিব’, মমতা

‘আনক অপবাদ দিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নকৰিব’, মমতা

by News Desk
55 views
A+A-
Reset

ডিজিটেল ডেস্কঃ আনক অপবাদ দিবলৈ, ভুৱা বাতৰি, হিংসা-বিদ্বেষ বিয়পাবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নকৰিব। মমতা বেনাৰ্জিৰ এই আহ্বান বৃহস্পতিবাৰে। World Telecommunication and Information Society দিৱস উপলক্ষে টুইটত কৰি কয় যে ঋণাত্মক চিন্তাধাৰা বিয়পোৱা বা অইনক অপবাদ দিয়া কামত ব্যৱহাৰ কৰাটো অনুচিত। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে ফেচবুক, হোৱাটচএপ অপব্যৱহাৰ নকৰিবলৈ সকলোকে আহ্বান জনায়। 

Today is World Telecommunication and Information Society Day. In this day and age, we must not use social media and the internet to spread negativity or to malign others or spread fake news

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0