37
newsnextone.com | ডিজিটেল ডেস্কঃ দেশত ডিজিটেল লেনদেনকাৰীৰ সংখ্যা ক্ৰমাগত ভাবে বৃদ্ধি হৈছে৷ ইণ্টাৰনেট বিপ্লৱ আৰম্ভ হোৱাৰ লগে লগে মানুহে অনলাইন ব্যৱস্থাক আকোৱালি লোৱা পৰিলক্ষিত হৈছে৷
বিশেষকৈ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰে নোটবন্দী কৰাৰ পিছতে চৰকাৰে কেশ্বলেচ ব্যৱস্থা ৰূপায়ন কৰাৰ বাবে ব্যাপক চেষ্টা অব্যাহত ৰাখিছে৷ বেছি সংখ্যাক ভাৰতীয়ই ডিজিটেল ওৱালেট ব্যৱস্থাত সাঙোৰ খাই পৰিছে৷ কিন্তু ইয়াৰ লগে লগে আশংকাও বৃদ্ধি হৈছে৷