66
মুম্বাইঃ ক্ৰিকেটৰ পিছত সংগীত জগতত খোজ পেলাইছে ক্ৰিকেটৰ ভগৱানজনে৷ গায়ক চনু নিগমৰ সৈতে পোনপ্ৰথমবাৰৰ বাবে বাণীবদ্ধ কৰিলে তেণ্ডুলকাৰে৷
বৃহস্পতিবাৰে ক্ৰিকেটাৰজনৰ নিজৰ এপ “১০০ এম বি” ৰ মুকলি অনুষ্ঠানত এই কথা প্ৰকাশ কৰে খেলুৱৈজনে৷ “গেণ্ড আয়ী, বালা ঘুমা” শীৰ্ষক গানটোৰ প্ৰথম শাৰীটোত শচীনৰ লগতে কণ্ঠ দিছে চনু নিগমে৷