চৌদি আৰব-ৰুছৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ, লুজনিকী ষ্টেডিয়ামত থাকিব...

Home ক্ৰীড়াচৌদি আৰব-ৰুছৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ, লুজনিকী ষ্টেডিয়ামত থাকিব ৮০ হাজাৰ দৰ্শক

চৌদি আৰব-ৰুছৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ, লুজনিকী ষ্টেডিয়ামত থাকিব ৮০ হাজাৰ দৰ্শক

by News Desk
127 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ৰাছিয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ফুটবল বিশ্বকাপ৷ ফুটবল বিশ্বকাপৰ ২১ সংখ্যাক প্ৰতিযোগিতাত ৩২ খন দেশে অংশ লব৷ ২১ সংখ্যাক বিশ্বকাপ ফুটবলৰ প্ৰথম খন মেচ বৃহস্পতিবাৰে চৌদি আৰব আৰু ৰুছৰ মাজত অনুষ্ঠিত হ’ব৷ লুজনিকী ষ্টেডিয়ামত ৮০ হাজাৰ দৰ্শকে চাব প্ৰথমখন মেচ৷ ৰাছিয়াৰ শাসক গোষ্ঠীৰ কেইবাগৰাকী লোক, দেশ-বিদেশৰ অতিথিৰ উপস্থিতিত অনুষ্ঠিত হ’ব মেচ খন৷ মেচ আৰম্ভ হোৱাৰ পূৰ্বে গীত-নৃত্যৰ লহৰ উঠিব লুজনিকী ষ্টেডিয়ামত৷ বিশ্বৰ ফুটবৰ প্ৰেমীয়ে গীত-নৃত্যৰ তালে তালে নাচি উঠিব৷ 

প্ৰথম বাৰ ১৯৩০ চনত উৰগুৱেত আৰম্ভ হোৱা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা প্ৰতি ৪ বছৰৰ মূৰকত আয়োজন হৈ আহিছে৷ এইবাৰ ২১ সংখ্যাক ফুটবল প্ৰতিযোগিতা৷ বৃহস্পতিবাৰে মস্কোৰ লুজনিকী ষ্টেডিয়ামত শুভৰাম্ভ হ’ব৷ ১৯৩০ চনত ৪,৬৪০০০ মানুহে খেল চাইছিল৷ ১৩টা দল আছিল৷ এতিয়া ৮৮ বছৰ পিছত দল হৈ পৰিল ৩২ টা৷ ১১ স্থানত খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ কোটি কোটি জনতাই ষ্টেডিয়াম আৰু মোবাইল, টিভিত খেল চাব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0