Home বাণিজ্যযেন কুকুৰ তেন টাঙোন, ট্ৰাম্পক প্ৰত্যুত্তৰ দি মাৰ্কিন সামগ্ৰীত ৫০% শুল্ক বৃদ্ধি কৰিলে মোডীয়ে

যেন কুকুৰ তেন টাঙোন, ট্ৰাম্পক প্ৰত্যুত্তৰ দি মাৰ্কিন সামগ্ৰীত ৫০% শুল্ক বৃদ্ধি কৰিলে মোডীয়ে

by News Desk
A+A-
Reset
587848-friends-with-similar-traits

newsnextone.com | ডিজিটেল ডেস্কঃ সম্প্ৰতি ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক লগাই ২৪১ মিলিয়ন ডলাৰ আদায় কৰাৰ বাবে কৌশল গ্ৰহণ কৰিছিল মাৰ্কিন প্ৰশাসনে৷ 
কিন্তু এইবাৰ তাৰ প্ৰত্যুত্তৰ দিলে ভাৰত চৰকাৰে৷ ৩০ টা মাৰ্কিন উৎপাদিত সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে মোডী চৰকাৰে৷ সেই মতে তালিকা প্ৰস্তুত কৰি WTOৰ ওচৰত জমাও দিছে চৰকাৰে৷

যোৱা মাৰ্চ মাহত ভাৰতীয় ষ্টীল আৰু এলুমনিয়াম সামগ্ৰীৰ ওপৰত আমেৰিকাই অতিৰিক্ত শুল্ক লাগু কৰিছিল৷ যাৰ ফলত ভাৰতৰ ব্যৱসায়ীসকল লোকচানৰ সন্মুখীন হৈছিল৷ কিন্তু তাৰ বিপৰীতে ২৪১ মিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰিছিল ৱাছিংটনে৷ তাৰ পিছতে আমেৰিকা চৰকাৰক প্ৰত্যুত্তৰ দি মাৰ্কিন সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক বৃদ্ধি কৰে ভাৰতে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0