Home বিনোদনলণ্ডনত চিকিৎসাধীন অভিনেতা ইৰফান, যন্ত্ৰণাপিষ্ট চিঠিত ক’লে-জীয়াই থাকিবলৈ মই সংকল্পবদ্ধ

লণ্ডনত চিকিৎসাধীন অভিনেতা ইৰফান, যন্ত্ৰণাপিষ্ট চিঠিত ক’লে-জীয়াই থাকিবলৈ মই সংকল্পবদ্ধ

by News Desk
A+A-
Reset
1sCkKwD4

newsnextone.com | ডিজিটেল ডেস্কঃ অভিনয় দক্ষতাৰে সকলোকে মোহাচন্ন কৰি ৰাখিব পৰা বলীউডৰ তাৰকা অভিনেতা ইৰফান খান নিউৰ’এণ্ডোক্ৰাইন নামৰ এবিধ দুৰাৰোগ্য ৰোগত আক্ৰান্ত৷ এই ৰোগত আক্ৰান্ত হোৱাৰ কথা ইৰফানে টুইট যোগে নিজেই প্ৰকাশ কৰে৷ অভিনেতাগৰাকীৰ এই অসুস্থতাৰ খবৰ বিয়পি পৰাৰ পিছতে তেওঁৰ অনুৰাগীসকল হতাশ হৈ পৰে।

ইৰফানে খানে জনোৱা মতে, তেওঁ ৰোগৰ চিকিৎসাৰ বাবে লণ্ডনত উপস্থিত হৈছে৷ ইফালে, প্ৰিয় অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰি অনুৰাগীসকলে মন্দিৰ, মছজিদ, গীৰ্জা সকলোতে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0