155
newsnextone.com | গোৰেশ্বৰঃ ২০১৭ চনৰ ১০ মাৰ্চত সমগ্ৰ দেশতে মুক্তি লাভ কৰিছিল অসমৰ স্বাধীনতা সংগ্ৰামী কনকলতাৰ জীৱন আধাৰিত হিন্দী ছবি ‘পূৰব কী আৱাজ’। চিনেমাখনৰ প্ৰয়োজক লোকনাথ ডেকাই ছবিখনৰ বিভিন্ন দিশ সামৰি ‘পূৰব কী আৱাজ’ সঁচা অৰ্থত উত্তৰ-পূববাসীৰ সমস্বৰ বুলি অভিহিত কৰিছিল।
