Home দেশআয়কৰৰ জালত পৰা অনুজ পোদ্দাৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আয়কৰৰ জালত পৰা অনুজ পোদ্দাৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

by News Desk
70 views
A+A-
Reset

newsnextone.com | ডিজিটিল ডেস্কঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনত বিজেপিয়ে শূন্য সহনশীলতাৰ কথা বৰকৈ কৈছিল৷ দুৰ্নীতি ৰোধ কৰাৰ লগতে ‘না-খাউংগা না-খানে দুংগা’ বুলি শ্ল’গান দিছিল বিজেপিয়ে৷ কিন্তু ইমানৰ পিছতো বিজয় মালিয়া, নীৰৱ মোডীৰ দৰে লোকে কোটি কোটি টকা লুটি ৰাজভৰাল উদং কৰি বিদেশলৈ পলায়ন কৰে৷ কিন্তু ইয়াৰ মাজতে এটা খবৰৰ সৈতে অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম সাঙুৰ খাই পৰাত ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

দিল্লীৰ পৰা অসমলৈ অহা এই খবৰে খলকনি লগাইছে দিল্লী-দিছপুৰত৷ এই খবৰৰ সৈতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ নাম সাঙুৰ খাই পৰিছে৷ দক্ষিণ দিল্লীৰ এটা ফ্লেটত কিছুদিন পূৰ্বে দেশৰ আয়কৰ বিভাগে অভিযান চলাইছিল৷ অভিযান কালত উদ্ধাৰ হৈছিল বহু নথি পত্ৰ৷ দিল্লীৰ ডিফেন্স কলনি নামেৰে বিখ্যাত এলেকাটোক আভিজাত লোকে বসবাস কৰা এলেকা হিচাপে জনা যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0