Home বিনোদনঅভিনেত্ৰী প্ৰস্তুতিয়ে আনুষ্ঠানিক ভাৱে মুকলি কৰিলে ৰঙিয়াৰ প্ৰথমটো ডিজিটেল চিনেমা গৃহৰ

অভিনেত্ৰী প্ৰস্তুতিয়ে আনুষ্ঠানিক ভাৱে মুকলি কৰিলে ৰঙিয়াৰ প্ৰথমটো ডিজিটেল চিনেমা গৃহৰ

by News Desk
88 views
A+A-
Reset

newsnextone.com | ৰঙিয়াঃ শুকুৰবাৰে কামৰূপৰ ৰঙিয়াত প্ৰথমটো ডিজিটেল চিনেমা গৃহৰ উদ্ধোধন কৰা হয়৷ ৰঙিয়াত ডিলাইট গ’ল্ড নামৰ ডিজিটেল চিনেমা গৃহটো আনুষ্ঠানিক ভাৱে মুকলি কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে৷ কেইবাশতাধিক লোকৰ উপস্থিতিত প্ৰস্তুতি পৰাশৰে অসমীয়া ছবি জগতক লৈ মন্তব্য প্ৰকাশ কৰে৷ 

অসমৰ সংস্কৃতিক জগতখনক চহকী কৰাৰ বাবে ৰাজ্য চৰকাৰে মিনি চিনেমা গৃহ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পিছতো নিৰ্মাণৰ বাবে পদক্ষেপ হাতত নোলোৱাটো দুৰ্ভাগ্যজনক বুলি কয় প্ৰস্তুতিয়ে। ৰঙিয়া ষ্টেচনত ডিলাইট গ’ল্ড চিনেমাৰ শুভ উদ্বোধন কৰি অসমৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ অসমৰ বিভিন্ন প্ৰান্তত স্থাপন হবলৈ ধৰা এনেধৰণৰ অত্যাধুনীক চিনেমা গৃহ সমূহৰ দ্বাৰা নিশ্চয় অসমীয়া ছবিসমূহ অসমৰ ৰাইজে আঁদৰি ল’ব। বিশেষকৈ ৰঙিয়াৰ দৰে এখন গুৰুত্বপূৰ্ণ স্থানত ব্যৱসায়ী দুলু শইকীয়াৰ দৰে একোজন ব্যক্তিয়ে এনেধৰণৰ ছবি গৃহ নিৰ্মাণ কৰাটো শলাগ লবলগীয়া বিষয় বুলি কয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0