newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুত নক্সাল, ইছলামিক আৰু মাওবাদী সন্ত্ৰাসবাদীয়ে ঘাটি পাতিছে৷ এই অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী পি ৰাধাকৃষ্ণণনৰ৷ তামিলনাডুৰ এআইডিএমক চৰকাৰক আক্ৰমণ কৰি তামিলনাডুত ইছলামিক সন্ত্ৰাসবাদী আৰু মাওবাদীৰ স্থিতি মজবুত হৈছে বুলি দাবী কৰে৷ যোৱা ২০ জুনত জল্লীকুট্টুৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ যোৱা ডেৰ বছৰ ধৰি এই কথা কৈ অহাৰ পিছতো কোনোৱে তেওঁৰ কথা নুশুনে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী পি ৰাধাকৃষ্ণণনে৷
Naxals, Maoists & Muslim extremists have intruded into some of the media houses too. So, it is time to act fast, otherwise this will become a huge problem. If this govt does not address this problem, they have no right to continue: Pon Radhakrishnan, Union Minister. (20.6.2018) https://t.co/0al3wd1zvR