56
newsnextone.com | ডিজিটেল ডেস্কঃ বিশ্বৰ সপ্তম আশ্চাৰ্য্যৰ অন্যতম তাজমহলৰ সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ সমালোচনা কৰা দেখা যায়।
উচ্চতম ন্যায়ালয়ে দুয়োখন চৰকাৰৰ সতৰ্ক কৰি দি কয় যে, যদি চৰকাৰে তাজ মহলৰ সংৰক্ষণ কৰিব নোৱাৰে, তেন্তে তাজ মহল ধ্বংস কৰি পেলাওক৷ বুধাবাৰে তাজ মহলৰ তদাৰকৰ বাবে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত এনেদৰে কয় আদালতে৷