80
newsnextone.com | ডিজিটেল ডেস্কঃ যুৱতীক আত্মহত্যা কৰাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত এগৰাকী বিএছএফ জোৱানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷ ইয়াৰ লগে লগে যুৱতীক ধৰ্ষণ কৰাৰো গোচৰ ৰুজু কৰা হৈছে৷
উত্তৰ প্ৰদেশৰ মোজাফ্ফৰনগৰৰ যুৱতীগৰাকীৰ পিতৃয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে৷ অভিযুক্ত বিএছএফ জোৱানজনে যুৱতীক ভাল পোৱাৰ অভিনয় কৰাৰ অভিযোগ উত্থাপন হয়৷