Home ৰাজ্যমোডীৰ ভাষণ শুনিবলৈ অহা মহিলাক প্ৰথমে ধৰ্ষণ তাৰ পিছত দাৰে ঘপিয়াই হত্যা কৰা হৈছিল, আটক ১

মোডীৰ ভাষণ শুনিবলৈ অহা মহিলাক প্ৰথমে ধৰ্ষণ তাৰ পিছত দাৰে ঘপিয়াই হত্যা কৰা হৈছিল, আটক ১

by News Desk
67 views
A+A-
Reset

newsnextone.com | খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম উপ-আৰক্ষী চকী অন্তৰ্গত দুৰ্গম পাহাৰীয়া অঞ্চলৰ লং এহ পি গাঁৱত মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীক প্ৰথমে জংঘলত আবদ্ধ কৰা হৈছিল। তাৰ পিছত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। স্থানীয় ৰাইজে অভিযান চলাই ধৰা পেলোৱাৰ এহপি ৰংপি গাঁৱৰে খনছিং ৰংফাৰ (২০) নামৰ যুৱকজনে এই কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে।

উজনিৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰী অাৰু ললিমাই দেৱীক ৰেলৰ ভিতৰত ধৰ্ষণ-হত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত জংঘলত এগৰাকী ৩০ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0