57
newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ নিশাটো সমগ্ৰ বিশ্ববাসীৰ বাবে এটা বিশেষ নিশা হৈ ৰ’ব। এই নিশাতে সংঘটিত হ’ব একেলগে তিনিটাকৈ বিৰল মহাজাগতিক পৰিঘটনা। যি ঘটনা প্ৰত্যক্ষ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে বিশ্ববাসী।
শুকুৰবাৰৰ মাজনিশাৰ পৰা এই শতিকাৰ আটাইতকৈ দীঘল পূৰ্ণাগ্ৰাস চন্দ্ৰগ্ৰহণ হ’ব। পৃথিৱীৰ নিচেই ওচৰ চাপিব মংগলগ্ৰহ আৰু আকাশত সমানে দেখা যাব উল্কাবৃষ্ট। পৃথিৱীৰ পৰা দূৰত্বত অৱস্থান কৰিব চন্দ্ৰই।