60
মুছলপুৰঃ বাকসা জিলাৰ তামুলপুৰ থানাৰ দৰংগামেলা আৰক্ষী চকীৰ অন্তৰ্গত হৰতোলা গাৱঁত যোৱা নিশা সেনা আৰু আৰক্ষীৰ অভিযানত বাৰটাকৈ হেণ্ড গ্ৰেণ্ডেড উদ্ধাৰ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে যোৱা নিশা ৰেড হৰ্ণ ডিভিজনৰ কুমাৰীকাটা সেনা চাউনীৰ মাহাৰ ৰেজিমেন্টৰ সেনাৰ দল আৰু দৰংগামেলা আৰক্ষীৰ নিয়মীয়া অভিযানত সংচাৰ বসুমতাৰী (২২) নামৰ এজন যুৱকক সন্দেহজনক ভাৱে আটক কৰে৷