Home গুৱাহাটী২৫ এপ্ৰিলত শ্ৰমিক সংগঠনৰ চকা বন্ধৰ আহ্বান

২৫ এপ্ৰিলত শ্ৰমিক সংগঠনৰ চকা বন্ধৰ আহ্বান

by News Desk
65 views
A+A-
Reset

গুৱাহাটীঃ ৰাজ্য চৰকাৰে মটৰ পৰিবহণ শ্ৰমিকৰ দাবী পূৰণ নকৰাত অহা ২৫ এপ্ৰিলত মটৰ পৰিবহণ শ্ৰমিকে ৰাজ্যজুৰি পালন কৰিব চকা বন্ধ তথা ধৰ্মঘট কাৰ্যসূচী ৷ মটৰ পৰিবহণ শ্ৰমিক-কৰ্মচাৰীক পেন্সন দিয়া, চিকি९সাৰ ব্যৱস্থা কৰা, শ্ৰমিক-কৰ্মচাৰীৰ ল’ৰা-ছোৱালীক শিক্ষা সাহাৰ্য্য দিয়া, মটৰ ভেহিকল আইন ১৯৮৮ সংশোধন কৰি শ্ৰমিক বিৰোধী ধাৰা সন্নিবিষ্টকৰণ, যান-বাহনৰ প্ৰিমিয়াম, পঞ্জীয়ন, পাৰ্মিট, ফিটনেছ, লাইচেন্স আদিৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত ২৪ ঘন্টীয়া ৰাজ্যজোৰা ধৰ্মঘট ও চকা বন্ধ কাৰ্যসূচী পালন কৰিব ৷

অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাকাৰ্ছ ফেডাৰেছন, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়ন আৰু আসাম মটৰ শ্ৰমিক ফেডাৰেচনৰ আহ্বানত ৰূপায়ণ কৰা হ’ব এই কাৰ্যসূচী। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেল যোগে শ্ৰমিক নেতা বীৰেন শৰ্মা আৰু ৰমেন দাসে এই কথা সদৰী কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0