72
গুৱাহাটীঃ উত্তৰ-পূৱৰ জৈৱ বৈচিত্ৰ্যক বিশ্ববাসীৰ আগত দাঙি ধৰাৰ প্ৰয়াস আৰম্ভ কৰিছে নৱগঠিত স্বেচ্ছাসেৱী তথা পৰ্যটন অনুষ্ঠান ফাইণ্ডাৰব্ৰীজে ৷ এই অনুযায়ী আজি সংস্থাটোৱে ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰে।
গুৱাহাটী প্ৰেছ ক্লাৱত আজি আয়োজিত সংস্থাটোৰ ৱেছছাইট মুকলি অনুষ্ঠানত এই কথা সদৰী কৰে কৰ্ম-কৰ্তাসকলে৷ অনুষ্ঠানটোত ফাইণ্ডাৰব্ৰীজৰ ৱেবছাইটতো আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ পৰ্যটন বিভাগৰ উপদেষ্টা পাৰ্থ প্ৰতিম দাস আৰু লভিতা জে আৰ মৰাঙে ৷