Home গুৱাহাটীগুৱাহাটী স্মাৰ্ট চিটি হ’ব কেতিয়া, কংগ্ৰেছ-বিজেপি বিফল কৃত্ৰিম বানৰ সমস্যা সমাধানত

গুৱাহাটী স্মাৰ্ট চিটি হ’ব কেতিয়া, কংগ্ৰেছ-বিজেপি বিফল কৃত্ৰিম বানৰ সমস্যা সমাধানত

by News Desk
95 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ এজাক বৰষুণতে প্লাৱিত হৈ পৰে মহানগৰীৰ প্ৰায় প্ৰতিটো পথ-উপপথ। পৰিৱৰ্তনৰ সপোন দেখুৱাই গাদীত বহা বিজেপি চৰকাৰে দুবছৰ পাৰ কৰাৰ পিছতো কৃত্ৰিম বান পৰিস্থিতিৰ কোনো উন্নতি নঘটাত অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী মহানগৰবাসীয়ে।

২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপি দলে গুৱাহাটীত আটক ধুনীয়া কৰাৰ লগতে কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ আশ্বাস দিছিল। ইমানে নহয় প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীয়ে দেশৰ কেইবাখনো চহৰৰ লগতে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ সংকল্প গ্ৰহণ কৰিছিল। কিন্তু বিজেপি দলে দিয়া সকলো প্ৰতিশ্ৰুটি ফুটুকাৰ ফেনত পৰিণত হ’ল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0