77
ডিজিটেল ডেস্কঃ দেশক দিনে-ৰাতিয়ে সুৰক্ষা দিয়া সেনা জোৱানক পুতৌজনক খাদ্য দিয়াৰ অভিযোগ ছচিয়েল মিডিয়াযোগে প্ৰমাণসহ সমগ্ৰ দেশৰ আগত দাঙি ধৰা বিএছএফৰ জোৱান তেজ বাহাদুৰক কৰ্টমাৰ্শ্বেল কৰিছে বিএছএফে।
বিগত বৰ্ষত ছ’ছিয়িল মিডিয়াত ভাইৰেল হৈছিল বিএছএফ জোৱান তেজ বাহাদুৰৰ ভিডিঅ’৷ উৰ্ধতম কৰ্তৃপক্ষই জোৱানসকলক নিম্নমানৰ খাদ্যৰ প্ৰদান কৰে বুলি প্ৰকাশ কৰিছিল তেজ বাহাদুৰে৷