58
ডিজিটেল ডেস্কঃ ১৪ মেৰ পৰা প্ৰত্যেক দেওবাৰে ৮ খনকৈ ৰাজ্যত বন্ধ থাকিব পেট্ৰল পাম্পসমূহ। দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেল সংৰক্ষণৰ প্ৰতি সহাঁৰি জনাই পেট্ৰল পাম্পসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে।
ভাৰতীয় পেট্ৰল পাম্পৰ ডিলাৰ সংগঠনৰ কাৰ্যবাহী সুৰেশ কুমাৰ জনায় যে তেওঁলোকে এই সিদ্ধান্ত বিগত বছৰতেই ঘোষণা কৰিছিল। কিন্তু সেই সময়েত তেওঁলোকক অইল মাৰ্কেটিং কোম্পানীয়ে সিদ্বান্ত সলনি কৰাৰ অনুৰোধ জনায়।