newsnextone.com | ডিজিটেল ডেস্কঃ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে পুৱা ৮ বজাত অনুষ্ঠিত কৰা শুনানিৰ অন্তত এম কৰুণানিধিক মেৰিণা বীচ্ছত শেষকৃত্য কৰাৰ অনুমতি প্ৰদান কৰি ৰায় দিয়ে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই ৰায় প্ৰদান কৰে। ডিএমকেয়ে আদালতত কৰা আবেদনত কয় যে আমাক কেৱল অকণমান ঠাই লাগে আন একো বিচৰা নায়। মঙলবাৰে মাজনিশা শুনানি অনুষ্ঠিত কৰি পূৰ্বে তৰা সকলো গোচৰ কৰি খাৰিজ কৰিছিল। তৰা লগে লগে বুদবাৰে পুৱা শুনানি অনুষ্ঠিত কৰি অনুমতিৰ বাবে ৰায় প্ৰদান কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰিছিল। বুধবাৰে পুৱা ৮ বজাত পুনৰ অনুষ্ঠিত শুনানিৰ অন্তত মেৰিণা বীচ্ছত সমাধি স্থান কৰাৰ ৰায় দিয়ে ন্যায়ালয়ে।
Prime Minister Narendra Modi pays last respects to former CM M #Karunanidhi at Chennai's Rajaji Hall. #TamilNadu pic.twitter.com/IlO5LpP93F