73
NewsNextOne@যোৰহাটঃ যোৰহাট বিজেপিৰ কৃষাণ মৰ্চাৰ উদ্যোগত চিনামৰা তিনি আলিৰ পৰা পৰ্য্যায় ক্ৰমে মৰিয়নীলৈকে বৃক্ষৰোপনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে যোৰহাট জিলাৰ বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে।
সভাত যোৰহাটৰ সাংসদ কামাখ্যা প্রসাদ তাছাই গোলকীয় উষ্ণতাৰ বিষয়ে ৰাইজক অবগত কৰি কয় আমি প্রত্যেকেই এজোপাকৈ গছ ৰুৱাৰ সংকল্প ললেহে পৃথিৱী জীয়াই থাকিব।