Home ৰাজ্যডিমৌত হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ অখণ্ড ভাৰত দিৱস সম্পন্ন

ডিমৌত হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ অখণ্ড ভাৰত দিৱস সম্পন্ন

by News Desk
66 views
A+A-
Reset

newsnextone.com | বেতবাৰীঃ অসমৰ খিলঞ্জীয়া হিন্দু সকলৰ শক্তিশালী সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ  ডিমৌ, ৰাজমাই আৰু আঠাবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আঠাবাৰী চাংমাই গাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত ডিমৌ আঠাবাৰী চাংমাই গাৱৰ ৰাজহুৱা নামঘৰত “অখণ্ড ভাৰত দিৱস” উদযাপন কৰে সংগঠনটোৱে। 

“অখণ্ড ভাৰত দিৱস”ৰ অনুষ্ঠানটো মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমৌৰ বিশিষ্ট সমাজকৰ্মী উমেশ গগৈ, হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰশান্ত বৰঠাকুৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুধীৰ সিংহ। দিনজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা “অখণ্ড ভাৰত দিৱস” অনুষ্ঠানটোত পুৱাৰ ভাগত বৃক্ষ ৰোপন, পতাকা উত্তোলন কৰা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0