57
newsnextone.com| ওদালগুৰিঃ পোন্ধৰ আগষ্টৰ দিনটোতেই ওদালগুৰি জিলাৰ সীমান্তৰ অৰুনাচলত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই কেইবাশ ফুট ওখৰ পৰা তললৈ পৰিল টাটা ছাফাৰী বাহন।
ঘটনাৰ বিৱৰণী মতে ওদালগুৰিৰ ৰৌতাৰ পৰা কালি এএছ০১এৱাই৪৪৭৮ নম্বৰৰ এখন টাটা ছাফাৰী বাহনেৰে সাতগৰাকী ব্যক্তিয়ে অৰুনাচললৈ গৈ আছিল।