56
NewsNextOne । মৰিগাঁওঃ মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত চেতুৱাই খাইতি গাঁৱৰ হেফজুৰ ৰহমানৰ গৃহত নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড ।
ঘটনাৰ বিৱৰণী মতে, বুধবাৰে নিশা প্ৰায় ১০-১৫ বজাত হেফজুৰ ৰহমানৰ গৃহত হঠাৎ জুইৰ সূত্ৰপাত ঘটে আৰু চকুৰ পলকতে সম্পূৰ্ণৰূপে জাহ গ’ল ৭ টাকৈ বাসগৃহৰ লগতে নগদ ধনসহ কেইবালক্ষাধিক টকাৰ পশুধন ।