59
newsnextone । নামতিঃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী মৃত্যুৰ খবৰে সমগ্ৰ দেশবাসীৰ লগতে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলটো গভীৰ শোকৰ ছাঁ পেলাইছে ।
প্ৰাক্তন প্ৰধানমন্ত্ৰী জনৰ মৃত্যুত আটাছু বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ আৰন্ধৰাই আজি এক প্রেছ বাৰ্তাত উল্লেখ কৰি কয়, ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ বলিষ্ঠ নেতাজন সকলোৰে আদৰ্শস্বৰুপ । তেওঁৰ অৱদান প্ৰতিজন ভাৰতীয়ৰ বুকুত অমৰ হৈ ৰ’ব ।