77
ডিজিটেল ডেস্কঃ ডাটা অফাৰৰ যুঁজত জিঅ’ই চলে-বল-কৌশলেৰে আগবাঢ়ি থকাৰ অভিযোগ উত্থাপিত হ’লেও অব্যাহত থকা ডাটা স্পীডৰ যুঁজখনত কোনে কাক কেতিয়া পিছ পেলাই থৈ যায়, তাৰ একো ঠিকনা নাই।
জিঅ’ই হওক বা এয়াৰটেল, সকলোৱেই নিজৰ স্পীড সৰ্বোচ্চ বুলি বিজ্ঞাপন, হৰ্ডিং আদিৰ যোগেদি জহাই থাকিলেও ব্যৱহাৰকাৰীৰ পক্ষে সম্ভৱ হৈ উঠা নাছিল কাৰ স্পীড বেছি।