লালুকঃ মালয়েছিয়াৰ কুৱালালামপুৰত বিশ্ব কাৰাটে সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগা আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতালৈ বিহপুৰীয়াৰ দুগৰাকী প্ৰতিভাবান খেলুৱৈ নিৰ্বাচিত হৈছে৷ বিহপুৰীয়াৰ কাৱৈমাৰী গাঁৱৰ প্ৰেম বৰা আৰু লক্ষীমা বৰাৰ কন্যা পূজাৰাণী বৰাই উক্ত প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে ঘৰতে অনুশীলনত ব্যস্ত হৈ পৰিছে৷
উল্লেখ্য যে ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়াই অনা পূজাই বিগত সময়ত লাভ কৰা সাফল্যসমূহ এনেধৰণৰঃ