পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ...

Home ৰাজ্যপেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

by News Desk
102 views
A+A-
Reset

newsnextone.com | শিৱসাগৰঃ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মুৰত মাধমাৰ শোধাইছে৷ প্ৰতিদিনে বৃদ্ধি হৈ থকা ৰন্ধন গেছৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে হাৰাশাস্তি কৰাৰ সময়ত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন৷ 

মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই (আটাছু) শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰন্ধন গেছ তথা পেট্ৰ’ল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্রীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ আকাশ বতাহ গৰম কৰি তোলে প্ৰতিবাদকাৰীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0