Home ৰাজ্যচতিয়াত আজৱ দৃশ্য, বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে ” টৌ” ব্যবহাৰ কৰিছে জল বাহন হিচাপে

চতিয়াত আজৱ দৃশ্য, বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে ” টৌ” ব্যবহাৰ কৰিছে জল বাহন হিচাপে

by News Desk
82 views
A+A-
Reset

newnextone.com| চতিয়াঃ একবিংশ শতিকাত তথ্য প্ৰযুক্তিৰ জয় জয়কাৰ চাৰিওফালে ন ন আবিষ্কাৰে চমক দেখুওৱাইছে কিন্তু এইখন অসমৰে এক দৃশ্য দেখিলে চকু কপালত উঠিব, যি দৃশ্য নেদেখিলে কল্পনা কৰিব নোৱাৰি। বিশ্বনাথ বিধান সভা সমষ্টিৰ অন্তৰ্গত চতিয়াৰ পশ্চিম কুৰুৱাআটী প্ৰাথমিক বিদ্যালয় খনলৈ জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ কণমানি ছাত্ৰ ছাত্ৰী ওফন্দি থকা ঘিলাধাৰী নদীৰ পাৰ হৈ আহিব লাগে৷

নাই দলং নাই নাওঁ কলৰ ভূৰত অহাতো নিৰাপদ নহয় সেই বাবেই নদীত অহা যোৱা কৰিবলৈ তেওঁলোকে বাচি ললে ডাঙৰ টৌ টৌৰ ভিতৰত বহি হাতৰে পানী পাছলৈ মাৰি মাৰি কণমানি ছাত্ৰ ছাত্ৰী আগবঢ়ি যায় অতি ভয়াবহ সেই দৃশ্য। এনেকৈ জীৱন গঢ়াৰ যুদ্ধত অবতীৰ্ণ সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰী। এই ভয় লগা দৃশ্য দেখাব পাছত ডিজিটেল ইন্দিয়া আৰু চবকে চাথ চবকে বিকাশ যে হাস্যকৰ শ্লগান সেইটো ভাবিলৈ সকলো বাধ্য।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0